ChatGPT কি আৰু ই কেনেকৈ কাম কৰে ? What is ChatGPT? OpenAI’s Chat GPT Explained | Ojana Toitho

ChatGPT কি আৰু ই কেনেকৈ কাম কৰে ? What is ChatGPT? OpenAI's Chat GPT Explained | Ojana Toitho | অজানা তথ্য | @OjanaToitho

অজানা তথ্য ছাবস্ক্রাইব কৰি নোটিফিকেশন অন কৰি দিয়ক :

কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ অবিশ্বাস্য অগ্ৰগতিৰ উৎপাদন হৈছে ChatGPT। ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে Chat Generative Pre-trained Transformer। ই মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI য়ে সৃষ্টি কৰা এটা ভাষাৰ আৰ্হি। এই আৰ্হিটোৱে মানুহৰ দৰে বাক্য বুজিবলৈ আৰু মানুহৰ দৰে প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম। পূৰ্বেও কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে এনে বহু সামগ্ৰী প্ৰস্তুত কৰা হৈছে যদিও কোনোটোৱেই চেট জিপিটিৰ দৰে ফলপ্ৰসূ হোৱা নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে কথা পতাৰ পূৰ্বৰ অভিজ্ঞতাটো বহুখিনি ৰবটৰ সৈতে কথা পতাৰ দৰেই আছিল। কিন্তু Chat GPT ৰ বিশেষত্ব হ’ল ই মানুহৰ বাক্যৰ অনুকৰণ এনেদৰে কৰিব পাৰে যে ইয়াৰ লগত আড্ডা দিয়াটো একেবাৰে ৰবট যেন নালাগে। বৰঞ্চ Chat GPT ৰ উত্তৰবোৰত বহুত বেছি মানৱীয় স্পৰ্শ আছে। আৰু সেইবাবেই চেট জিপিটি মুকলি হোৱাৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে ১০ লাখ লোকে এই প্লেটফৰ্ম ব্যৱহাৰ কৰিছিল। আৰু ডেৰ মাহৰ ভিতৰতে চেট জিপিটিৰ ব্যৱহাৰকাৰীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিলে। প্ৰিয় দৰ্শক আজি আমি আলোচনা কৰিম কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI য়ে সৃষ্টি কৰা ChatGPT ৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাবলৈ বিচাৰোঁ যদি ভিডিঅটো ভাল লাগে তেনেতে অজানা তথ্য চেনেলটো ছাচবক্ৰাইব কৰিব।

🔴 Facebook :

🔴 Business connect : ojanatoitho@gmail.com

#chatgpt #openai #elonmusk #informationalvideo #technology #science #ojanatoitho #assamese #video

Thank you for watching

©️ copyright guidelines
copyright disclaimer: under section 107 of the copyright act 1976, allowance is made for us ''fair use'' for purposes such as criticism, comment, news, reporting, teaching, scholarship, and research. fair use is a use permitted by copyright statute that might otherwise be infringing. non profit , educational or personal use tips the balance in favor of fair use.

Leave a Reply

Your email address will not be published. Required fields are marked *